অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাকলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনযোগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগত বাৰ্তালাপ
গুৱাহাটী ১৯ অক্টোবৰ অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগত টেলিফোনযোগে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক ঘটনা সংক্ৰান্তত অৱগত কৰাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগতো টেলিফোনযোগে কথা পাতে। অসম-মিজোৰাম সীমান্তৰ শেহতীয়া উত্তেজনাময় পৰিস্থিতি …