Purabi Dairy : আগশাৰীৰ অনলাইন গ্ৰোচাৰী প্লেটফৰ্মত অন্তৰ্ভুক্তিৰ জৰিয়তে পূৰবী ডেইৰীৰ বিতৰণ নেটৱৰ্কৰ সম্প্ৰসাৰণ
গুৱাহাটী, ২৮ মাৰ্চ, ২০২৫ : গ্ৰাহকক অধিক সুবিধা প্ৰদানৰ বাবে পূৰবী ডেইৰীয়ে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। এতিয়াৰে পৰা ব্লিঙ্কিট, ফ্লিপকাৰ্ট, বিগবাস্কেট আৰু ছুইগি ইনষ্টামাৰ্টৰ দৰে আগশাৰীৰ ই-কমাৰ্চ (E-Commerce) প্লেটফৰ্মত উপলভ্য হ’ব পূৰবীৰ সতেজ আৰু উচ্চমানৰ দুগ্ধজাত সামগ্ৰী। এই পদক্ষেপে …