Khelo India : খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ : দ্বিতীয়টো সোণ জয়ৰে জনঞ্জয় জ্যোতিৰ অনন্য সফলতা
নিউজ ডেস্ক, ৮ মে’, ২০২৫ : অসমৰ জনঞ্জয় জ্যোতি হাজৰিকাই বিহাৰত (Bihar) চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ঐতিহাসিক চহৰ গয়াত অনুষ্ঠিত যুৱ ক্ৰীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত বুধবাৰে অসমৰ প্ৰতিভাবান সন্তৰণবিদগৰাকীয়ে ল’ৰাৰ …