আগন্তক বিধানসভা নিৰ্বাচনত হিন্দু বাঙালী বিদ্বেষী বিজেপি চৰকাৰৰ পতন অনিবাৰ্য : মন্টু দে

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ৭ ছেপ্টেম্বৰ শ্ৰীৰামপুৰত সদৌ বিটিচি বাঙালী ফেডাৰেছনৰ সভা। সভাত ফেডাৰেছনৰ সভাপতি মন্টু দে’ৰ বিজেপি দলক তীব্ৰ আক্ৰমণ। আগন্তক বিধানসভা নিৰ্বাচনত হিন্দু বাঙালী বিদ্বেষী বিজেপি চৰকাৰৰ পতন অনিবাৰ্য বুলি মন্তব্য প্ৰকাশ মিন্টু দে’ৰ। হিন্দু বাঙালীৰ ভোট লৈ …

ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত ৬২ সংখ্যক প্ৰতিষ্ঠা দিবস উদযাপন

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৭ ছেপ্টেম্বৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিবস উপলক্ষ্যে সোমবাৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগনত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা ছাত্র-ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে গড়গাঁও মহাবিদ্যালয়ৰ …

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বেলেন বাহন

আজিজ আলী মুকালমুৱা ৭ ছেপ্টেম্বৰ মুকালমুৱাৰ সাপকাটাত ভয়াবহ দুর্ঘটনাত। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বেলেন বাহন। স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে তিনি গৰাকী যাত্ৰীক। এগৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক। নগাঁও জিলাৰ মুকালমুৱাৰ সাপকাটাত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়াবহ দুর্ঘটনা। গুৱাহাটী অভিমুখে …

চামগুৰিত বীৰ লাচিত সেনা, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

নৱজ্যোতি বৰুৱা চামগুৰি ৭ ছেপ্টেম্বৰ সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায়, হায় ধ্বনীৰে চামগুৰিত বীৰ লাচিত সেনা, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই এন এচ পি চিৰ সমগ্ৰী কঢ়িওৱা গাড়ীক বাধা প্ৰদান। নগাঁও …

এটা দল, এটা প্ৰতীক আৰু এখন পতাকা হ’ব লাগিব : অখিল গগৈ

গুৱাহাটী ৭ ছেপ্টেম্বৰ অসমীয়া জাতিৰ ৰক্ষাৰ বাবে এটা দল, এটা প্ৰতীক আৰু এখন পতাকা হ’ব লাগিব। আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত কৃষক নেতা অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা বাবে আহি কৃষক নেতা অখিল গগৈয়ে সকলোকে “কা” …

হাতীৰ দাঁতসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

বাক্সা ৭ ছেপ্টেম্বৰ বাক্সাৰ শিমলাৰ হাপাচাৰাৰ কৰেবাৰীত আৰক্ষী আৰু বন বিভাগৰ অভিযান। অভিযানত দুটা হাতীৰ দাঁত, এটা হৰিণাৰ সিং, এটা হস্তনিৰ্মিত বন্দুক আৰু গুলীসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ। বাক্সা জিলাৰ শিমলাৰ হাপাচাৰাৰ কৰেবাৰীত আৰক্ষী আৰু বন বিভাগে এক গোপন খবৰৰ …

ছয়গাঁৱত খৰখৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনজাতীয় সংগঠনৰ শ্ৰমদান ছয়গাঁও

ছয়গাঁও  ৭ ছেপ্টেম্বৰ ছয়গাঁৱত খৰখৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনজাতীয় সংগঠনৰ শ্ৰমদান। খনহীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই অৱশেষত ওলাই আহিল কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজ। ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জনজাতি অধ্যুষিত এলেকাৰ ৰিহাবাৰী আৰু গুইমাৰীত খৰখৰী …

বিটিআৰৰ সাংবাদিকৰ বাবে বিটিচি নিৰ্বাচনৰ ইস্তাহাৰত সাংবাদিক কল‍্যান পৰিষদ গঠনৰ বিষয়

চিৰাং ৬ ছেপ্টেম্বৰ বিটিচি নিৰ্বাচনৰ ইস্তাহাৰত বিটিআৰৰ সাংবাদিকৰ বাবে সাংবাদিক কল‍্যান পৰিষদ গঠনৰ বিষয়। সংবাদমেলত প্ৰকাশ কৰিলে ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতিপ্ৰমোদ বড়োয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বহু আ‍ঁচনিৰ বিষয়ে উল্লেখ কৰিলে ইউ পি পি …

বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক : ৰিপুণ বৰা

গুৱাহাটী ৬ ছেপ্টেম্বৰ যোৱা ৩ ছেপ্টেম্বৰত অসম বিধানসভাত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে মৰাণ, মটক আৰু কমতাপুৰ …

বি টি আৰ চুক্তিক লৈ একাংশ ৰাজনৈতিক দলে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : প্ৰমোদ বড়ো

যতীন নাথ মাজবাট ৬ চেপ্তেম্বৰ বি টি আৰ চুক্তি সন্দৰ্ভত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে মন্তব্য প্ৰকাশ কৰি কয় যে একাংশ ৰাজনৈতিক দলে বি টি আৰ চুক্তিক লৈ সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।ওদালগুৰিত ইউ পি পি এল …