শাসকীয় দলৰ লোকক অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ
নৱজোতি বৰুৱা চামগুৰি ৯ অক্টোবৰ শাসকীয় দলৰ লোকক অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ। পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু সভাপতিৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজৰ। বিজেপি চৰকাৰক অৰুনোদই আঁচনিৰ নামৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ …