দুই শতাধিক পুৰুষ-মহিলাৰ বিপিএফত যোগদান

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ৬ ছেপ্তেম্বৰ বি টি চি পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ তুংগত। ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে দিন নিশাই একাকাৰ কৰি পেলাইছে ৰাজনৈতিক দল সমূহে৷ ইয়াৰে মাজতে বি টি চিৰ প্ৰতিটো সমষ্টিতে দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে৷ দেওবাৰে বি …

বিদ্যালয়ৰ বাউণ্ডাৰী ওৱাল ভাঙি স্কুলীয় ছাত্ৰৰ মৃত্যু

আনিছুৰ আলী গৌৰীপুৰ ৬ ছেপ্টেম্বৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰত অঘটন। জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাউণ্ডাৰী ওৱাল ভাঙি এগৰাকী স্কুলীয় ছাত্ৰৰ মৃত্যু। ঠিকাদাৰে নীতি বহিঃভুতভাৱে বাউণ্ডাৰী ওৱাল নিৰ্মাণ নকৰাৰ বাবেই এই মৰ্মান্তিক ঘটনাটো সংগঠিত হোৱা বুলি ৰাইজৰ অভিযোগ। ধুবুৰী জিলাৰ গৌৰীপুৰত এক ভয়ংকৰ …

বনৰীয়া হাতীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা

চিৰাং ৬ ছেপ্টেম্বৰ বনৰীয়া হাতীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা। আৰক্ষী আৰু বন বিভাগে বন্দুকসহ চোৰাং চিকাৰীৰ লগতে হাতী দাঁতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিলে। চিৰাংত হাতী দাঁত, বন্দুকৰ সৈতে গ্ৰেপ্তাৰ চোৰাং চিকাৰীয়ে বন বিভাগক দেখুৱালে বনৰীয়া …

গৃহস্থক অচেতন কৰি বনকৰা যুৱতীয়ে চলালে লুটপাত

কুন্দন ভৰালী নগাঁও ৬ ছেপ্টেম্বৰ গৃহস্থক অচেতন কৰি বনকৰা যুৱতীয়ে চলালে লুটপাত। অৱসৰপ্ৰাপ্ত অভিযন্তাৰ ঘৰত বনকৰা হিচাপে নিয়োজিত এগৰাকী যুৱতীয়ে গৃহস্থক নিচাযুক্ত দ্ৰব্য খুৱাই চলালে লুটপাত। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰা, তেওঁৰ পত্নী প্ৰনতি বৰা আৰু পুত্ৰ …

চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যাৰ ৰহস্য ফাদিল

যোৰহাট ৬ ছেপ্টেম্বৰ চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যাৰ ৰহস্য ফাদিল। শনিবাৰে পুৱতি নিশা যোৰহাট জিলাৰ চন্দন নগৰৰ ৪ নং বাইলেনৰ এটা ভাড়াঘৰত ক্ষত বিক্ষত অৱস্থাত জে কে শইকীয়া হমিঅ’পেথিক মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৩৮ ঘন্টা নহওঁতেই যোৰহাট …

দেউৰী দম্পতীৰ উচিত শাস্তিৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ

ইমৰান আলীৰ সৈতে শ্বাহনাৱাজ আহমেদ ডিব্ৰুগড় ৬ ছেপ্টেম্বৰ বনকৰা শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক আৰক্ষীয়ে নগাঁও জিলাৰ ৰহা পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা পাছতে উত্তাল হৈ পৰে ডিব্ৰুগড়ৰ সদৰ থানা। চাহ …

অৱশেষত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী

গুৱাহাটী ৫ ছেপ্টেম্বৰ ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি বিগত তিনিদিন ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা। বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে শিশু নিৰ্যাতনকাৰীৰ ঘটনাৰ মূল অভিযুক্তৰ গ্ৰেপ্তাৰ। পলাতক অৱস্থাত থকা নিৰ্যাতনকাৰী অৱশেষত জালত পৰিল আৰক্ষীৰ। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° …

অসমীয়া ভাষাত প্ৰথমখন শ্বায়েৰীৰ গ্রন্থ উন্মােচন

ডিফু ৫ ছেপ্টেম্বৰ শ্বায়েৰী মূলত উর্দু সাহিত্যৰ অংগ যদিও কবি পূর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাব বাবে” অসমীয়া ভাষাত শ্বায়েৰীৰ প্রথমখন গ্রন্থ উন্মোচন। উদীয়মান কবি পুর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাৰ বাবে” শীর্ষক এক অসমীয়া ভাষাত ৰচিত শ্বায়েৰীৰ সংকলন শনিবাৰে শুভ উন্মােচন …

বিজেপি দলক ৰোধ কৰাৰ বাবে মূল্যবোধৰ ৰাজনীতি কৰা সকলো দল-সংগঠনক আপত চামিল হোৱাৰ আহবান

আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান শিৱসাগৰ ৫ ছেপ্টেম্বৰ অসম বিধান সভাৰ ২০২১ চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ সকলো সমষ্টিত আম আদমীৰ পাৰ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলে। আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় তত্বাৱধায়কৰ উপস্থিতিত শনিবাৰেপাৰ্টিৰ ৰাজ্যিক সমিতিয়ে শিৱসাগৰত এক সংবাদমেলত এই কথা …

কার্বি আংলংৰ অ-প্রাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক প্রাপ্য প্রদান কৰা হ’ব

ডিফু ৫ ছেপ্টেম্বৰ কার্বি আংলংৰ অ-প্রাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক প্রাপ্য প্রদান কৰা হ’ব। শিক্ষক দিৱসত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘােষণা। কার্বি আংলং জিলাৰ অ-প্রাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষক-কর্মচাৰীসকললৈ সুখবৰ। কার্বি আংলং জিলা শিক্ষা বিভাগৰ দ্বাৰা ডিফুৰ মাটিপুংস্থিত …