প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী বিহাৰ নিৰ্বাচনৰ পিছত বিজেপিৰ বিপৰ্যয় হ’ব
আজিজ আলী নলবাৰী ১০ অক্টোবৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী বিহাৰ নিৰ্বাচনৰ পিছত বিজেপিৰ বিপৰ্যয় হ’ব। ২০২১ ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। পাঁচ শতাধিক কর্মীক লৈ ৰাজপথ কঁপাই তোলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। কৃষি আইনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি …