বিভাজন ঘটিব নেকি পলাশবাৰী অগপত
পলাশবাৰী ২৮ আগষ্ট অচিৰেই বিভাজন ঘটিব পলাশবাৰী অগপত৷ বিভাজিত ৰাজনীতিৰ মূল নায়কজন হ’ল অগপ নেতা ডাঃ কমলা কলিতা। সকলো ঠিকে ঠাকে থাকিলে অহা ৩০ আগষ্টত পলাশবাৰী অগপক দিখণ্ডিত কৰিব চতুৰ ৰাজনীতিবিদ কমলা কলিতাই ৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি …