NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তাৰ দ্বাৰা ২৬৪.৩৫ ৰুট কিলোমিটাৰ তথা ৩৩৮.৩ ট্ৰেক কিলোমিটাৰৰ বিধিসন্মত পৰিদৰ্শন সফলতাৰে সম্পন্ন
নিউজ ডেস্ক, ২১ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (Electrical Engineer) (পিচিইই)য়ে ঢেকিয়াজুলি ৰোড-নৰ্থ লখিমপুৰ, ৰঙাপাৰা নৰ্থ-ডেকাৰগাঁও, বালিপাৰা-ভালুকপুং আৰু হাৰমতী-নাহৰলগুনকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত ১৭ ৰ পৰা ১৯ মাৰ্চ লৈ এক বিস্তৃত বিধিসন্মত পৰিদৰ্শন সম্পাদন কৰে। এই …