Sharadha Kapoor : ইউৰেকা ফৰ্বছৰ সৈতে ‘চকাচক ক্লিন হোম’ শক্তি উদযাপন শ্ৰদ্ধা কাপুৰৰ
গুৱাহাটী, ২৬ আগষ্ট, ২০২৫ : ঘৰুৱা স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক বিশ্বাসযোগ্য নাম ইউৰেকা ফৰ্বছে (Eureka Frobes) মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে মিলি ফৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এক শক্তিশালী নতুন অভিযান। উল্লেখ্য যে, এই অত্যাধুনিক ভেকুৱাম …