কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ মিত্ৰতা হ’লে বিজেপিৰ শৰণাপন্ন হ’ব লাগিব বহু কংগ্ৰেছ নেতা : ছৈয়দ মুমিনুল আৱাল গৰিয়াৰ
গুৱাহাটী ২২ আগষ্ট বহুচৰ্চিত কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱাল গৰিয়াই কয় যে কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ মিত্ৰতা হ’লেই বিজেপিৰ শৰণাপন্ন হ’ব লাগিব বহু কংগ্ৰেছ নেতা। …