আমবাৰী কপালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে
গুৱাহাটী ২৩ ছেপ্টেম্বৰ আমবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বৰোধী শ্ল’গানেৰে আমবাৰীৰ আকাশ-বতাহ কঁপাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা। ২০২১ ত এইখন চৰকাৰক উঘালী দিয়াৰ হুংকাৰ। দিনক দিনে বিভিন্ন খাদ্য …