Aap : পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি নিয়মীয়া কৰণৰ দাবী আপৰ
গুৱাহাটী, ১৪ মাৰ্চ, ২০২৫ : ২০১৭ চনত ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠান সমূহত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা ৭৩ গৰাকী প্ৰবক্তাক চাকৰিৰ (Job) পৰা বৰ্খাস্ত বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীৱ শইকীয়াই। বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ …