Silchar : শিলচৰ ৰে’ল ষ্টেচনত বিশেষ অভিযানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৪৫০ টা জীৱিত ভেকুলী উদ্ধাৰ
নিউজ ডেস্ক, ২১ এপ্ৰিল, ২০২৫ : বন্যপ্ৰাণী (Wildlife) সুৰক্ষাৰ দিশত এক প্ৰশংসনীয় প্ৰচেষ্টা ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ শিলচৰ পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে ১৪ এপ্ৰিল তাৰিখে শিলচৰ ৰে’ল ষ্টেচনত চলোৱা এক বিশেষ অভিযানৰ সময়ত ৪৫০ টা জীৱিত …