বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ
নগৰবেৰা আব্দুল হক ২৩ জুলাই বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণৰ নামত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত কালাইৰদিয়াত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বৃহৎ পৰিমাণৰ চাউল, দাইল বিক্ৰী কৰাৰ অভিযোগ গাঁওবুঢ়াৰ বিৰুদ্ধে। বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ ৰাইজৰ। প্ৰলয়ংকাৰী বানৰ কবলত …