ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দেউলগুৰিত ইউ পি পি এল’ৰ নিৰ্বাচনী সভা

কলাইগাঁও ৩০ আগষ্ট ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দেউলগুৰিত ইউ পি পি এল’ৰ নিৰ্বাচনী সভা। সভাত উপস্থিত থাকে ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বীনা গয়াৰী। ওদালগুৰি জিলাৰ পশ্চিম কলাইগাঁৱৰ অন্তগৰ্ত দেউলগুৰিত দেওবাৰে ইউ পি পি এল দলৰ এখন …

কমলা কলিতা গ’বেক ধ্বনিৰে উত্তাল পলাশবাৰী

পলাশবাৰী ৩০ আগষ্ট দেওবাৰে পুনৰবাৰ পলাশবাৰী সমষ্টিত চৰম অপমানিত হ’ল অগপ নেতা ডাঃ কমলা কলিতা৷ পলাশবাৰী সমষ্টি কমিটীক প্ৰত্যাহ্বান জনাই পলাশবাৰীৰ ভাগৱতীপাৰাত অনুষ্ঠিত কৰা সভাত স্থানীয় বহু সংখ্যক লোকে কমলা কলিতা গ’বেক ধ্বনি দিয়াৰ লগতে সভাখন সম্পূৰ্ণ নৌহওঁতেই প্ৰশাসনে বন্ধ …

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধনৰ কেলেংকাৰী : ভাৰতীয় ষ্টেট বেংকৰ দুই চি এছ পি

শিবেন্দু বৰা জুৰীয়া ৩০ আগষ্ট সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ বৃহৎ ধনৰ কেলেংকাৰীত লিপ্ত থকাৰ অভিযোগত নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই চি এছ পিক। শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাৰ চি এছ পি দুজনক। ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ …

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ৰ মিত্ৰতা সম্বন্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী ২৯ আগষ্ট আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ৰ মিত্ৰতা সম্বন্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ একমাত্ৰ এ আই ইউ ডি এফ’য়ে নহয় সমূহ বিজেপি বিৰোধী …

বিদ্যুৎপৃষ্ঠ হৈ এজন লোকৰ মৃত্যু

কলগাছিয়া ২৯ আগষ্ট কলগাছিয়াৰ খাৰবাল্লীত অঘটন। বিদ্যুৎপৃষ্ঠ হৈ এজন লোকৰ মৃত্যু। বিদ্যুৎৰ তাৰ ছিঙি পৰাত থিতাতে মৃত্যু হয় নুৰ হুছেইন নামৰ এজন লোকে। বিদ্যুৎ বিভাগৰ হেমাহীৰ বাবে পুনৰ এজন লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত …

ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ চোৰ গ্ৰেপ্তাৰ

ডিফু ২৯ আগষ্ট ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ গ্ৰেপ্তাৰ চোৰ। এমাহ পূৰ্বে তাৰলাংছৰ সমীপৰ লংৰিক ৰংহাঙ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পৰা চোৰটোৱে চুৰি কৰিছিল এটা সোণৰ আঙঠি, এটা ৰূপৰ আঙঠি, ৰূপৰ নেকলেছ আৰু দুটাকৈ এণ্ড্ৰইড মোবাইল ফোন লগতে নগদ ধন। …

আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱা হ’ল আব্দুৰ ৰহমানৰ মৃতদেহ

কলগাছিয়া ২৯ আগষ্ট আঢ়ৈ মাহ পিছত আব্দুৰ ৰহমানৰ মৃতদেহ কবৰ খান্দি উলিওৱাক কেন্দ্ৰ কৰি কলগাছিয়াৰ বালিকুৰি ননকে গাঁৱৰ ৰাইজৰ মাজত চাঞ্চল্য। আব্দুৰ ৰহমানক হত্যা কৰা হৈছিল বুলি গোচৰ ৰুজু কৰাৰ পিছত আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱা হয় মৃতদেহ। কলগাছিয়া …

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হ’লেহে অহা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পৰা যাব : অজিত কুমাৰ ভূঞা

যোৰহাট ২৯ আগষ্ট আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি গুৰুত্বৰ মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। শনিবাৰে কৃষক নেতা অখিল গগৈ মাতৃৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গৈ চেলেংহাটত এই …

জানুৱাৰীৰ পুৰ্বে যদি কোনোৱে প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনালৈ আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত : ৰঞ্জিত দাস

পলাশবাৰী ২৯ আগষ্ট আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বানক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। জানুৱাৰীৰ পুৰ্বে যদি কোনোৱে প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনালৈ আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত দাসে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত …

জয়ন্ত কলিতাৰ হত্যাকাৰী গ্ৰেপ্তাৰ

ছয়গাঁও ২৯ আগষ্ট ছয়গাঁও আৰক্ষীয়ে শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰিলে জয়ন্ত কলিতাৰ হত্যাকাৰীক। শুকুৰবাৰৰ পৰা আত্মগোপন কৰি থকা কৰুণা দাসক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। জয়ন্ত কলিতাক শুকুৰবাৰে দাৰে ঘপিয়াই হত্যা কৰিছিল কৰুণা দাসে। শনিবাৰে পুৱাৰ ভাগত ছয়গাঁও আৰক্ষীয়ে বিশেষ অভিযান চলাই …