Guwahati : গুৱাহাটীত বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী, ২০২৬ : বধিৰ শিশু (Children) তথা তেওঁলোকৰ পৰিয়ালসমূহক সবল কৰাৰ নতুন পথৰ সন্ধানত শেহতীয়াকৈ গুৱাহাটীত এক বিশেষ সন্মিলনৰ আয়োজন কৰে বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনে। এই সন্মিলনত সমাজৰ বিভিন্ন স্তৰৰ অংশীদাৰসকলে একত্ৰিত হৈ এক শক্তিশালী আলোচনা প্ৰক্ৰিয়াত অংশ …