Nazneen Rahman : প্ৰতিষ্ঠিত উইমেন হু ৰেলী লিডাৰশ্বিপ কোহৰ্টত বিশ্বৰ ২০ গৰাকী মহিলা প্ৰশিক্ষকৰ মাজত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
গুৱাহাটী, ৩ মে’, ২০২৬ : ৰেকেট ক্ৰীড়াৰ (Sports) আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ নাজনীন ৰহমানে। পিটিআৰ ইণ্ডিয়াই অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিছে অসম পিকলবল সন্থাৰ সম্পাদিকা তথা পি পি আৰ ক্লিনিচিয়ান নাজনীন ৰহমানৰ এক বিৰল …