Award : আজি দিল্লী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিব ড০ দিব্যজ্যোতি শইকীয়াই

নিউজ ডেস্ক, ৮ মাৰ্চ, ২০২৫ : দিল্লী বিশ্ববিদ্যালয়ত আজি বিয়লি অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী চিন্তাবিদ, মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক (Dibyajyoti Saikia) বিগত পঁচিশ …

Football : ইষ্ট বেংগলক হৰুৱাই শ্বিলংৰ সমৰ্থকক আনন্দ দিয়াৰ লক্ষ্য নৰ্থ ইষ্ট ইউনাইটেডৰ

নিউজ ডেস্ক, ৮ মাৰ্চ, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (NEU FC) চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ অন্তিমখন লীগ মেচত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ উল্লেখ্য যে গুৱাহাটীৰ দলটোৱে ইতিমধ্যে প্লে-অফত স্থান নিশ্চিত কৰিছে৷ কিন্তু প্লে-অফ মেচত দলৰ …

Assam Tea : অসমৰ চাহ উদ্যোগ আৰু চৰকাৰী সহযোগিতাৰ প্ৰশংসা বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাৰ

গুৱাহাটী, ৭ মাৰ্চ, ২০২৫ : ছ’চিয়েল মিডিয়া (Social Media) প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ চাহ উদ্যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাই। ‘এডভান্টেজ অসম’ৰ মঞ্চত প্ৰদান কৰা তেওঁৰ নিজৰ ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰি আগৰৱালাই কয় যে …

Featival : উৎসৱৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা কেইখনমান হোলী বিশেষ ৰে’লৰ পৰিচালন

নিউজ ডেস্ক, ৭ মাৰ্চ, ২০২৫ : হোলীৰ (Holi) উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৮ যোৰা বিশেষ ৰে’ল পৰিচালনা কৰা হ’ব। এই বিশেষ ৰে’লসমূহ নাৰেংগী-গোৰখপুৰ জংচন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা, ডিব্ৰুগড়-নিউ জলপাইগুড়ী-ডিব্ৰুগড়, নিউ …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা নতুন ৰোড অভাৰ ব্ৰীজ আৰু উন্নত নিষ্কাশন প্ৰণালীৰ সৈতে সুৰক্ষা বৃদ্ধি 

নিউজ ডেস্ক, ৬ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ফেব্ৰুৱাৰী ২০২৫ মাহৰ সময়ছোৱাত ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিগত উন্নীতকৰণ (Infrastructure Development) কাৰ্য সফলতাৰে সম্পূৰ্ণ কৰিছে, যাৰ উদ্দেশ্য হৈছে সুৰক্ষা উন্নত কৰা আৰু ইয়াৰ নেটৱৰ্কৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত সুগম ৰে’ল পৰিচালন নিশ্চিত কৰা। এই …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা ভৈৰৱী-ছাইৰাং নতুন ৰে’লপথ প্ৰকল্পৰ পৰিদৰ্শন 

নিউজ ডেস্ক, ৫ মাৰ্চ, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰীয়ে ২ মাৰ্চ ২০২৫ তাৰিখে নিৰ্মাণাধীন ভৈৰৱী-ছাইৰাং নতুন ৰে’ল পথ (Railway Track) প্ৰকল্প পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ মহাপ্ৰৱন্ধকৰ লগত আছিল। …

North East United : চেন্নাইয়ান এফ চিক হৰুৱাই প্লে-অফত নৰ্থ ইষ্ট ইউনাইটেড

নিউজ ডেস্ক, ৪ মাৰ্চ, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) প্লে-অফত স্থান নিশ্চিত কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা এখন গুৰুত্বপূৰ্ণ মেচত দলে পূৰ্ব চেম্পিয়ন চেন্নাইয়ান এফ চিক ৩-০ গ’লত পৰাস্ত কৰি লীগৰ অন্তিমখন …

Activist : মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ শৌৰ্য সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতা বঁটা

নিউজ ডেস্ক, ৩ মাৰ্চ, ২০২৫ : নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত অলপতে অনুষ্ঠিত হৈ যোৱা এক অনুষ্ঠানত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক (Dibyajyoti Saikia) দেশ আৰু সমাজৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ডিজিহ’লী …

Aap : ড° হিৰেণ গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সমৰ্থন আম আদমি পাৰ্টীৰ

গুৱাহাটী, ২ মাৰ্চ, ২০২৫ : পঞ্চায়ত নিৰ্বাচনলৈ (Panchayat Election) টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ ২ মাৰ্চ তাৰিখে গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত আপৰ সক্ৰিয় জিলা সমূহৰ সভাপতি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু …

Assam : অসম-ভূটান নতুন ৰে’লপথ ঘোষণা

নিউজ ডেস্ক, ১ মাৰ্চ, ২০২৫ : ভাৰতীয় ৰে’লৱেই (Bharatiya Railway) চুবুৰীয়া দেশসমূহৰ সৈতে সংযোগ ব্যৱস্থা বৃদ্ধিৰ বাবে কেইবাটাও নতুন ৰে’লপথ প্ৰকল্প হাতত লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী ‘এক্ট ইষ্ট পলিচী’ আৰু ‘নেইবাৰহুড ফাৰ্ষ্ট পলিচী’ বাস্তৱায়িত কৰাৰ দিশত সক্ৰিয়ভাৱে আগবাঢ়িছে। এই দৃষ্টিভংগীৰ সৈতে …