Aizawl : আইজলৰ ছাইৰাঙলৈ সফলতাৰে পোন প্ৰথমবাৰৰ বাবে ট্ৰায়েল ৰান সম্পন্ন
গুৱাহাটী, ৩ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ১ মে’ ত মিজোৰামৰ আইজলৰ ছাইৰাঙলৈ পোন প্ৰথমবাৰৰ বাবে ট্ৰায়েল ৰান সফলভাৱে সম্পূৰ্ণ কৰাৰ সৈতে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰে। ই উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যখনলৈ ৰে’ল সংযোগ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত …