লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন কৰ্মীক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ
শিবেন্দু বৰা জুৰীয়া ১৭ আগষ্ট লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন কৰ্মীক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ। ৰৌমাৰী বন শিবিৰৰ বন কৰ্মী ওচমান গণিক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ। সংকটজনক অৱস্থাত বন কর্মী ওচমান গণিক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ। নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি …