Radisson Blu : ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী, ২০২৫ : ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে (The Great Kabab Factory) খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীৰ মহা আয়োজনত খাদ্যৰসিক। অতিথিসকলে মোগল দৰবাৰ ফুড ফিষ্টৰ জৰিয়তে সোৱাদ ল’ব পাৰিব …

Purabi Dairy : পূৰবী ডেইৰীৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দুগ্ধক্ষেত্ৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ লক্ষ্যৰে এন ডি ডি বি আৰু ৱামুলৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০২৫ : ‘এডভাণ্টেজ আছাম ২.০’ৰ মঞ্চত সূচনা হৈছে অসমৰ কৃষি আৰু দুগ্ধ উদ্যোগৰ এক নতুন দিগন্ত। ২৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত দুখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কৃষকৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত …

Badminton : অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি গুৱাহাটী, ২৬

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) উদ্যোগত তথা বেডমিণ্টন এছ’ছিয়েছন অব ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত শুচিস্মিতা …

Advantage Assam : বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালাই অসমৰ বিশ্বৰ মেগা বেচিন হোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী, ২০২৫ : বেদান্ত গ্ৰুপৰ (Vedanta Group) অংশ তথা ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত অইল এণ্ড গেছ উৎপাদক কেয়াৰ্ন অইল এণ্ড গেছে গুৱাহাটীত ৰাজ্যখনৰ বিশ্বব্যাপী বিনিয়োগ সন্মিলনত তেল আৰু গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উন্নত কাৰ্যদক্ষতাৰ বাবে সংশোধিত সময়সূচীৰ সৈতে দুখন গুৰুত্বপূৰ্ণ ৰে’লৰ গতিবেগ বৃদ্ধি 

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সৈতে দুখন ৰে’লৰ গতিবেগ (Rail Speed) বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল নং ১৫৬৫৮ (কামাখ্যা-দিল্লী) ব্ৰহ্মপুত্ৰ মেইলৰ গতিবেগ বৃদ্ধি কৰি এক ঘণ্টা …

Electrification : প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তাৰ দ্বাৰা আগৰতলা-ছাব্ৰুম খণ্ডৰ বৈদ্যুতিকৰণৰ বিধিসন্মত পৰিদৰ্শন সম্পন্ন 

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (পিচিইই)য়ে ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে লামডিং মণ্ডলৰ অন্তৰ্গত আগৰতলা-ছাব্ৰুম খণ্ডৰ এক বিধিসন্মত পৰিদৰ্শন সফলতাৰে সম্পন্ন কৰে। এই পৰিদৰ্শনে ২৫ কেভি বৈদ্যুতিক ট্ৰেক্সনৰ অধীনত বাণিজ্যিক সেৱা …

Maha Kumbh : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা মহা কুম্ভলৈ ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) প্ৰয়াগৰাজৰ মহা কুম্ভ মেলা ২০২৫ ত উপস্থিত থকা তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ সুবিধাৰ বাবে কেইবাটাও বিশেষ পদক্ষেপ ৰূপায়ণ কৰিছে। ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ পৰা চাৰি লাখতকৈও অধিক ভক্তই ভ্ৰমণ …

Rajasthan Royals : গুৱাহাটীকে পিংক চিটীৰ ৰূপ দিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকে

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৫ : নিজৰ প্ৰিয় ক্ৰিকেট দল তথা খেলুৱৈৰ প্ৰতি অনুৰাগীৰ মৰম কেনেকুৱা হয় সেয়া শুকুৰবাৰে গুৱাহাটীৰ দুটা স্থানত দেখা গ’ল৷ প্ৰথমটো মহানগৰীৰ চিটী চেণ্টাৰ মল আৰু দ্বিতীয়টো স্থান হ’ল গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়াম৷ ইণ্ডিয়ান …

Kumbha Mela : মহাবাহুৰ মহাউত্থানৰ বাটকটীয়া মহাকুম্ভ মেলা

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৫: মহাকুম্ভৰ পূৰ্বে প্ৰয়াগৰাজত (Prayagraj) তিনিটা ভিন্ন গংগা প্ৰবাহ একত্ৰিত কৰি ভক্তসকলৰ বাবে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰাৰ এই মহৎ প্ৰয়াস অসমৰ জল বিশেষজ্ঞসকলৰ বাবে ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনাত তেওঁলোকৰ প্ৰচেষ্টা আৰু অধিক সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ শিক্ষা …

Maha Kumbh : ভাৰতীয় ৰে’লৱেৰ দ্বাৰা মহা কুম্ভ ২০২৫ ৰ বাবে অবিৰত ভ্ৰমণৰ নিশ্চিতকৰণ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী, ২০২৫ : ভাৰতীয় ৰে’লৱেই (Bharatiya Rail) বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহা কুম্ভ ২০২৫ ত উপস্থিত থকা লাখ লাখ তীৰ্থযাত্ৰীৰ সুগম ভ্ৰমণ নিশ্চিত কৰাৰ বাবে এক বৃহৎ যাত্ৰী পৰিবহন প্ৰচেষ্টা হাতত লৈছে। এতিয়ালৈকে অভিলেখ সংখ্যক ৫৩ কোটি …