Kamakhya Rail Station : কামাখ্যা ৰে’ল ষ্টেচনত নতুন বেক্টেৰিয়া ইনোকুলাম জেনেৰেচন প্ৰকল্প স্থাপন
গুৱাহাটী, ২৫ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰীসকলৰ বাবে এক পৰিষ্কাৰ, স্বাস্থ্যসন্মত আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে এক বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত আছে যাত্ৰাৰ সময়ছোৱাত নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অ’নবৰ্ড হাউচকিপিং সেৱা (ওবিএইচএছ), …