Rajasthan Royals : গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী, ২০২৫ : ‘এটা দল, দুখন ঘৰ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিব অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে৷ …