NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আৰপিএফৰ দ্বাৰা ৩.৬৭ কোটি টকাৰো অধিক মূল্যৰ গাঁঞ্জা উদ্ধাৰ
নিউজ ডেস্ক, ২৮ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ১৭ জুলাইৰ পৰা ২৪ জুলাই লৈকে ৰে’লৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা, কাটিহাৰ, বাগডোগৰা, ৰঙাপাৰা নৰ্থ, লামডিং …