Film Festival : ‘জোচেফচ চান’লৈ গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জিএএফএফ) ২০২৫ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী, ২০২৫ : কেইবাসহস্ৰাধিক ছবিপ্ৰেমীৰ উপস্থিতি, কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শনেৰে দেওবাৰে সামৰণি পৰিল গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF) ২০২৫ ৰ প্ৰথম সংস্কৰণৰ। এই মহোৎসৱত জোচেফচ চান ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। ইফালে, সামৰণি ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ পূৰ্বে …

Taj Cement : তাজ চিমেণ্টৰ উদ্যোগত মেঘালয়ৰ মিনক্ৰে গাঁৱত “দ্য অ’নেষ্ট চেকআপ” শিৱিৰৰ আয়োজন

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী, ২০২৫ : সততা আৰু যত্নৰ প্ৰতি থকা অংগীকাৰ সুদৃঢ় কৰি শনিবাৰে মেঘালয়ৰ (Meghalaya) মিনক্ৰে গাঁৱত এক বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ পৰীক্ষা শিৱিৰ ‘দ্য অ’নেষ্ট কেম্প’ৰ আয়োজন কৰে তাজ চিমেণ্টে। মিনক্ৰে গাঁৱৰ কমিউনিটী হলত আয়োজন কৰা এই …

Guwahati : গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত ট্ৰাম্পৰ সীমান্ত নীতিক সমালোচনা শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন বিথানাগেৰ

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২৫ :  শ্ৰীলংকাৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF))ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি চলচ্চিত্ৰক সীমান্তসমূহৰ মাজৰ এক সেঁতু হিচাপে গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সীমান্ত নীতিৰ সমালোচনা কৰি …

Guwahati : গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত অভিনয়ৰ যাত্ৰা দোহাৰিলে প্ৰখ্যাত অভিনেত্ৰী শীবা চাড্ডাই

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF)ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ‘গাল্লী বয়’, ‘ৰাইছ’ আৰু নেটফ্লিক্সৰ ‘তাজমহল ১৯৮৯’ৰ দৰে জনপ্ৰিয় ছবিত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ বুকুত নিগাজি স্থান লাভ কৰিবলৈ সক্ষম হোৱা বলিউডৰ প্ৰখ্যাত …

Shillong : শ্বিলঙৰ পুলিচ বজাৰত নতুন শ্ব’ৰুমৰ শুভ উদ্বোধন এম পি জে জুৱেলাৰ্ছৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতৰ অন্যতম বিশ্বাসযোগ্য জুৱেলাৰী ব্ৰেণ্ড এম পি জে জুৱেলাৰ্ছে এইবাৰ ব্ৰেণ্ডটোৰ নতুন অধ্যায় আৰম্ভ কৰিছে শ্বিলঙত। শুকুৰবাৰে শ্বিলঙৰ পুলিচ বজাৰত এক ভব্য অনুষ্ঠানত শুভ উদ্বোধন কৰা হয় এম পি জে জুৱলাৰ্ছৰ ৬৫০০ বৰ্গফুটৰ …

Football : মেঘালয়ত আই এছ এলৰ অভিষেক প্লে-অফৰ যোগ্যতাৰ প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড-মুম্বাই চিটী এফ চি

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী, ২০২৫ : মেঘালয়ত অভিষেক ঘটিব লগা আই এছ এলৰ (ISL) মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে …

Film Festival : ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ প্ৰথম সংস্কৰণ

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী, ২০২৫ : বহু প্ৰত্যাশিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ (Asian Film Festival) প্ৰথম সংস্কৰণ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আৰম্ভ হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱখনিৰ উদ্বোধন কৰা হ’ব ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩০ …

Tinsukia : তিনিচুকীয়া আৰু কাটিহাৰ মণ্ডলৰ দ্বাৰা জানুৱাৰী ২০২৫ ৰ সময়ছোৱাত উৎকৃষ্ট পৰিচালন প্ৰদৰ্শন অৰ্জন

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু ব্যৱহাৰকাৰীসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সময়মতে যোগান ধৰাতো নিশ্চিত কৰাৰ অৰ্থে দিনে নিশাই অবিৰতভাৱে কাম কৰি আহিছে। তিনিচুকীয়া আৰু কাটিহাৰ মণ্ডলে জানুৱাৰী ২০২৫ মাহৰ সময়ছোৱাত …

Football : উৰিষ্যাৰ বিৰুদ্ধে ড্ৰ খেলি অপৰাজয়ৰ যাত্ৰা অব্যাহত নৰ্থ ইষ্ট ইউনাইটেডৰ

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ত নিজৰ অপৰাজয়ৰ যাত্ৰা আঠখন মেচলৈ নিবলৈ সক্ষম হৈছে৷ সোমবাৰে ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হোৱা খেলত দলে উৰিষ্যা এফ চিৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলে৷ …

Badminton : গুৱাহাটীত ভাৰতীয় বেডমিণ্টন দলৰ প্ৰস্তুতি শিবিৰ

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীৰ আমিনগাঁৱত (Amingaon) থকা নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত কাইলৈৰ পৰা ভাৰতীয় বেডমিণ্টন দলৰ প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হ’ব৷ অহা আঠ ফেব্ৰুৱাৰীলৈ চলিব লগা এই শিবিৰত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ আহিব দুবাৰকৈ অলিম্পিক পদক বিজয়ী পি …