NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নাহৰলগুন পৰ্যন্ত নিৰৱচ্ছিন্ন বৈদ্যুতিক ট্ৰেকচন
নিউজ ডেস্ক, ১৮ জুলাই, ২০২৫ : আধুনিকীকৰণ আৰু বহন ক্ষমতাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূৰ্ব্বাঞ্চলৰ অতি গুৰুত্বপূর্ণ ষ্টেচন ডিব্ৰুগড় আৰু নাহৰলগুন পৰ্যন্ত নিৰৱচ্ছিন্ন এণ্ড-টু-এণ্ড (End To End) বৈদ্যুতিক ট্ৰেকচন সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এই পৰিৱৰ্তনশীল …