Football : উৰিষ্যাৰ বিৰুদ্ধে জয় হ’লেই প্লে-অফৰ স্থান দৃঢ় হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী, ২০২৫ : ক্ৰমাগত সাতখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হ’বলগা খেলত ঘৰুৱা দল উৰিষ্যা এফ চিৰ মুখামুখি হ’ব৷ নৰ্থ ইষ্ট …

Handloom : অসমৰ ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰি মাজুলী বিষয়ভিত্তিক অভিযান আৰম্ভ হস্ততাঁত ব্ৰেণ্ড ‘চেৰেকী’ৰ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী, ২০২৫ : অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা উদযাপন কৰিবলৈ, থলুৱা হস্ততাঁত ব্ৰেণ্ড ‘চেৰেকী’য়ে মাজুলীৰ (Majuli) যাদুকৰী সৌন্দৰ্য আৰু পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈ এটা নতুন অভিযান আৰম্ভ কৰিছে। এই অভিযান চেৰেকীৰ সৃষ্টি আৰু সাংস্কৃতিক দায়বদ্ধতাৰ গভীৰতা প্ৰতিফলিত …

Fashion : ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট খিতাপ দখল কৰে ফেইৰ’ইজাম ক্রিষ্টিনা দেৱী, গ্ৰেচি নন্দি আৰু চয়নিকা সন্দিকৈয়ে

গুৱাহাটী, ১ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীৰ আই টি এ সাংস্কৃতিক কমপ্লেক্সত আড়ম্বৰপূৰ্ণ এক দৰ্শনীয় সন্ধিয়াৰ মাজতে মণিপুৰৰ পৰা ফেইৰ’ইজাম ক্ৰীষ্টিনা দেৱী, মেঘালয়ৰ গ্ৰেচি নন্দী আৰু অসমৰ চয়নিকা সন্দিকৈক ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট (Mega Miss North East) ২০২৫ …

Budget : কেন্দ্ৰীয় বাজেট ২০২৫-২৬ ভাৰতীয় কৃষিৰ পুনৰুজ্জীৱনৰ বাবে এটা দৃঢ় পদক্ষেপ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী ২০২৫ : কেন্দ্ৰীয় বাজেট ২০২৫-২৬ কৃষি ক্ষেত্ৰৰ বাবে এক বিস্তৃত আৰু বলিষ্ঠ পদক্ষেপ হিচাপে বিশেষজ্ঞ আৰু কৃষকসকলে অভিহিত কৰিছে। ইয়াক গ্ৰাম্য পৰিৱৰ্তনৰ এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে। ফেডাৰেচন অৱ চীড ইণ্ডাষ্ট্ৰি অৱ ইণ্ডিয়া (FSII) …

Fashion : ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টত নৱাং ডণ্ডুপ, নিখিল ওক্ৰম আৰু ছালকৱাচাং দেব্বৰ্মাৰ জয়লাভ

গুৱাহাটী, ৩১ জানুৱাৰী, ২০২৫ : আইটিএ সাংস্কৃতিক কমপ্লেক্সত উত্তেজনাৰে ভৰি থকা ভিৰৰ মাজতে মাচখোৱা, অৰুণাচল প্ৰদেশৰ নৱাং ডণ্ডুপ, মণিপুৰৰ নিখিল ওক্ৰাম আৰু ত্ৰিপুৰাৰ ছালকৱাচাং দেবৰ্মাক সমানে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট (Mega North East) ২০২৫ ৰ বিজয়ী …

Expo : গুৱাহাটীত ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ভাৰতৰ সৰ্ববৃহৎ কেক আৰু বেকিং এক্সপ’ৰ আয়োজন

গুৱাহাটী, ৩০ জানুৱাৰী ২০২৫ : কেক প্ৰেমী (Cake Lover), বেকিং পেছাদাৰী আৰু উদ্যোগ ক্ৰেতাসকলক এক বিশেষ অভিজ্ঞতা প্ৰদান কৰি প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰতৰ আগশাৰীৰ কেক আৰু বেকিং এক্সপ’ কেক’লজী ২০২৫। অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মণিৰাম দেৱান …

Fashion : ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

গুৱাহাটী, ২৯ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পথ প্ৰদৰ্শক মেগা এণ্টাৰটেইনমেণ্টে ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ (Mega North East) গ্ৰেণ্ড ফিনালেৰ দিন ঘোষণা কৰিছে। বহু প্ৰত্যাশিত এই অনুষ্ঠানটো অহা ৩১ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ …

G D Dhanuka : ভিছনাৰি বিজনেছ লিডাৰ বঁটাৰে সন্মানীত যুৱ উদ্যোগপতি ড° জি ডি ধানুকা

গুৱাহাটী ২৮ জানুৱাৰী, ২০২৫ : ভাৰতৰ অন্যতম আগশাৰীৰ টাইমছ গ্ৰুপে (Times Group) অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে সন্মানীয় “টাইমছ বিজনেছ এৱাৰ্ড ২০২৫” ঘোষণা কৰে। গুৱাহাটীৰ যুৱ আৰু গতিশীল উদ্যোগপতি ড° ঘনশ্যাম দাস ধানুকাক “ভিছনাৰি বিজনেছ লিডাৰ” উত্তৰ পূৱৰ ভিতৰত টাইমছ …

Football : বুধবাৰে গুৱাহাটীত অন্তিম মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেডে

গুৱাহাটী, ২৮ জানুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) বুধবাৰে গুৱাহাটীত অন্তিম মেচখন খেলিব৷ দলে গৃহভূমিত ছিজনৰ আৰু তিনিখন মেচ খেলিবলৈ বাকী থাকিব যদিও সেই তিনিওখন খেল ছিলঙত অনুষ্ঠিত হ’ব৷ সেয়েহে বুধবাৰে হায়দৰাবাদ …

National Girl Child Day : কেইৰ্ণ তেল আৰু গেছৰ গোলাঘাটত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

গোলাঘাট, ২৮ জানুৱাৰী, ২০২৫ : ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে, কেইৰ্ণ তেল আৰু গেছে (Oil And Gas) গোলাঘাটৰ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সচেতনতা শিবিৰ আয়োজন কৰে। এই কাৰ্যসূচীত প্ৰায় ৫০০ গৰাকী ছাত্ৰ-ছাত্রী আৰু ১৮ গৰাকী …