Rozgar Mela : ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত ৰোজগাৰ মেলা
নিউজ ডেস্ক, ১১ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ২০২৫ চনৰ ১২ জুলাই তাৰিখে পুৱা ১০:৩০ বজাত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়ি এই তিনি বিশিষ্ট স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত কৰিব। এই ৰোজগাৰ মেলাসমূহ ভাৰত চৰকাৰৰ দেশজোৰা নিয়োগ পদক্ষেপৰ অংশ …