দেশত বৃদ্ধি পালে মৃতকৰ সংখ্যা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মাৰ্চ : দেশত বৃদ্ধি পালে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। ১১ লৈ বৃদ্ধি পালে ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। বুধবাৰে তামিলনাডুত কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা …