Narendra Modi : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া
নিউজ ডেস্ক, ২৭ জানুৱাৰী, ২০২৫ : মঙলবাৰৰ পৰা উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া (National Games) আৰম্ভ হ’ব৷ ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে পাঁচ বজাৰ পৰা হ’ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ অনুষ্ঠানত …