Guwahati : গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ
গুৱাহাটী, ৪ জুলাই, ২০২৫ : উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটয়ে (LPU) গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত দিশত মুকলি কৰা ১২০০ বৰ্গফুটৰ এই আধুনিক কেন্দ্ৰটো এল …