Road Safety : উত্তৰ-পূব ভাৰতত তাজ চিমেণ্টৰ দ্বাৰা ব্যাপক পথ সুৰক্ষা অভিযান আৰম্ভ
গুৱাহাটী, ১৮ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষা সজাগতাৰ এক ব্যাপক অভিযান আৰম্ভ কৰিছে জনপ্ৰিয় চিমেণ্ট ব্ৰেণ্ড তাজ চিমেণ্টে (Taj Cement)। গুৱাহাটী, শ্বিলং আৰু গোলাঘাটৰ বিভিন্ন স্থানত পথ সুৰক্ষা সজাগতা অভিযানৰ আয়োজন কৰাৰ লগতে আকৰ্ষণীয় ছ’চিয়েল মিডিয়া …