Rajdhani Express : সম্পূৰ্ণ ইলেকট্ৰিক ট্ৰেকচনৰ সৈতে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ চলাচল
নিউজ ডেস্ক, ২৭ জুন, ২০২৫ : স্থায়ী আৰু দক্ষ ৰে’ল পৰিচালনৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (North East Frontier Railway) ১২৪২৩/১২৪২৪ (ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছৰ সম্পূৰ্ণৰূপে ইলেকট্ৰিক ট্ৰেকচনৰ জৰিয়তে চলাচল আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ অন্যতম …