ধোপগুৰিৰ কৰাইগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা : দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী কলেজীয়া ছাত্ৰী

ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ : বছৰৰ শেষৰ দিনটোতেই ধোপগুৰিৰ কৰাইগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী কলেজীয়া ছাত্ৰী। পৰীক্ষা দিবলৈ চাইকেলেৰে আহি আছিল ছাত্ৰীগৰাকী। নিহত ছাত্ৰী গৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ মৌচুমী বিশ্বাস। চাইকেলেৰে আহি থকা …

এবছৰ সম্পূৰ্ণ ৰেপিড’ মটৰচাইকেল সেৱাৰ : ২০২০ত ২০,০০০ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব প্ৰতিষ্ঠানটোৱে

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ : সোমবাৰে গুৱাহাটী মহানগৰীত সম্পূৰ্ণ হয় ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাৰ এবছৰ । প্ৰথম বৰ্ষপূতি উপলক্ষে ৰেপিড’ৰ বিষয়ববীয়া সকলে ৫০ জনৰো অধিক গ্ৰাহকৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ নগৰ মূৰব্বী গৌৰৱ …

কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়ালৈ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ : প্ৰায় ২০ বছৰ ধৰি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ লগতে বিশেষকৈ সন্ত্ৰাসবাদ, অন্ধবিশ্বাস আৰু ডাইনী কাণ্ডৰ বিৰুদ্ধে যুঁজ দি আহিছে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই । সমাজসেৱা আৰু মানৱ অধিকাৰৰ হকে অসমৰ লগতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, …

পুনৰ দুদিনৰ বাবে চি আই ডিৰ জিম্মাত শৃংখল চলিহা

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : কা’ বিৰোধী আন্দোলনত ভাগ লোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ দুদিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছে শৃংখল চলিহাক । বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ২৬ ডিচেম্বৰত হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়াধীশ …

বিজেপিৰ শান্তি সমদল বিগ জিৰ’ – জে পি দাস

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। ছাত্ৰ সমাজ, বিভিন্ন দল-সংগঠনকে ধৰি বুদ্ধিজীৱী, শিল্পী সমাজ প্ৰত্যেকেই নিজ নিজ পদক্ষেপেৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাৰ প্ৰত্যাহাৰৰ দাবীত গীত, মাত আৰু …

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল : ৩১ ডিচেম্বৰৰ পৰা ১৪ জানুৱাৰীলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : সংবাদ মেলত আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে কা বাতিল কৰিবলৈ দাবী আছুৰ । ৩১ ডিচেম্বৰৰ পৰা ১৪ জানুৱাৰীলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা …

চেনিমাৰী মহোৎসৱৰ তৃতীয় পৰ্বৰ সফল সামৰণি

বৰপেটা, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বৰপেটা জিলাৰ দক্ষিণ পূব প্ৰান্তত অৱস্থিত চেনিমাৰী অঞ্চলৰ চেনিমাৰী মহোৎসৱৰ তৃতীয় পৰ্বৰ সফল সামৰণি পৰে। ২৩ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল উক্ত …

সলনি হৈছে ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা ধন উলিওৱাৰ নিয়ম

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ষ্টেট বেংকে সালসলনি কৰিছে এটিএমৰ পৰা ধন উলিওৱাৰ কিছু নিয়মৰ ক্ষেত্ৰত । উন্নত সুবিধা আৰু ফ্ৰড এটিএম ট্ৰানজেক্সনৰ পৰা ৰক্ষা কৰিবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বেংকে। এতিয়াৰে …

অগপই খিলঞ্জীয়াৰ অহিত চিন্তা নকৰে : একাংশ অপশক্তিয়ে অসম গণ পৰিষদক দুৰ্নাম কৰিব বিচাৰিছে – অগপ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : প্ৰত্যেক বছৰৰ দৰে এইবছৰো নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰ সৈতে ভাব বিনিময় কৰে অসম গণ পৰিষদে। অসম গণ পৰিষদৰ আমবাৰীস্থিতি কাৰ্য্যালয়ত কৃষিমন্ত্ৰী অতুল বৰাই আগন্তুক নৱবৰ্ষই যাতে অসমবাসীৰ বাবে সুখ-শান্তি কঢ়িয়াই আনে তাৰবাবে ভগৱানৰ ওচৰত …

খানাপাৰাত উপস্থিত হৈ জনতাক উদ্দেশ্যি সম্বোধন ৰাহুল গান্ধীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : খানাপাৰাত উপস্থিত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। খানাপাৰাত উপস্থিত হৈ বিশাল জনসভাত অংশগ্ৰহণ নেতাগৰাকীৰ । জনসভাত সমবেত হৈছে হাজাৰ হাজাৰ লোক। ৰাহুল গান্ধীক আদৰণি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে গৌৰৱ গগৈ, ৰিপুন বৰাকে ধৰি কেইবাগৰাকীও …