নৱবর্ষৰ পহিলা মাহত কোন কেইটা স্থানত বন্ধ থাকিব বেংকসমূহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : ২০২০ চনৰ জানুৱাৰী মাহত কোন কেইটাস্থানত বন্ধ থাকিব বেংকসমূহ পঢ়ক আমাৰ এক প্ৰতিবেদন। ১ জানুৱাৰী বছৰৰ নতুন বছৰৰ প্ৰথমটো দিন হোৱা হেতুকে বন্ধ থাকিব প্ৰায়বোৰ বেংক । ২ জানুৱাৰী গুৰু গোবিন্দ সিঙৰ জন্মদিন …

হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুঠ ১৫খন চহৰত ইণ্টাৰনেট সেৱাৰ পাছতে বন্ধ কৰি দিয়া হৈছে এছ এম এছ সেৱা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : “কা”ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। অসমৰ পাছতে এতিয়া ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুঠ ১৫ খন চহৰত। এই ১৫ খন চহৰ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ, গাজিয়াবাদ, মেৰথ, …

শনিবাৰে গুৱাহাটীৰ শ্বহীদৰ ঘৰত উপস্থিত হ’ব ৰাহুল গান্ধী : কোনো সংগ্ৰামী আন্দোলন দমন কৰিব নোৱাৰে শান্তি সমদল উলিয়াই – তৰুণ গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : ৰাহুল গান্ধী অহাৰ প্ৰাকমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল। শনিবাৰে ১ বজাত গুৱাহাটীত উপস্থিত হ’ব ৰাহুল গান্ধী। সংবাদ মেলত এই কথা জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ১ বজাত উপস্থিত হোৱাৰ পাছত ১.১০ মিনিটত …

“কা”ৰ বিৰুদ্ধে আমৰণ অনশন কেইজনমান যুৱকৰ

টীয়ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যজুৰি প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে ছাত্ৰ সমাজ , সাধাৰণ জনতা তথা দল-সংগঠনে বিভিন্ন পন্থাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঠেৰেঙা লগা …

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব কৃষক নেতা অখিল গগৈক

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক। নিয়াৰ আদালতত প্ৰায় ৫ ঘণ্টাজোৰা জেৰা চলাই নেতাগৰাকীক। পুনৰ ১০ দিনৰ বাবে নিয়াই অখিল গগৈক জিম্মাত বিচাৰিছিল যদিও আদালতে খাৰিজ কৰে আবেদন। ইফালে এজন অপৰাধীৰ …

নেমকেয়াৰ চিকিৎসালয়ৰ সন্মুখত ভয়ংকৰ অগ্নিকাণ্ড : হাস্পতালৰ ৰোগীক স্থানান্তৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : বৃহস্পতিবাৰে বিয়লি ৩ মান বজাত মহানগৰীৰ নেমকেয়াৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । গুঞ্জন নামৰ এখন মিঠাই দোকানৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত মিঠাইৰ দোকানখন সম্পূৰ্ণৰূপে জ্বলি …

শৃংখল চালিহাক হাজিৰ মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত : আদালতৰ চৌহদতেই জয় আই অসম ধ্বনি শৃংখল চলিহাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : বীৰ লাচিত সেনাৰ শৃংখল চালিহাক হাজিৰ মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। আৰক্ষী আৰু সেনা-বাহিনীৰ কট-কটীয়া নিৰাপত্তাবেষ্টনীৰ মাজতেই জয় আই অসম ধ্বনি শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ সদস্যও আদালতৰ চৌহদ জয় আই অসম ধ্বনিৰে উত্তাল কৰি …

অখিল গগৈৰ বাসগৃহত নিয়াৰ তালাচী : শৃংখল চলিহাৰ বাসগৃহতো অভিযান চি আই ডিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : অখিল গগৈৰ চানমাৰীস্থিত নিজৰাপাৰৰ বাসগৃহত নিয়াৰ প্ৰায় ৩ ঘণ্টাজোৰা অভিযান। অভিযানত জব্দ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু লেপটপ । অখিল গগৈয়ে লিখা কিতাপৰ এটা পাণ্ডুলিপিও লৈ যায় নিয়াই । জাপানৰ প্ৰধান মন্ত্ৰী অহাৰ আগমুহূৰ্তত …

কলিতা জনগোষ্ঠীক লৈ হোৱা বিতৰ্কক লৈ দুখ প্ৰকাশ জুবিন গাৰ্গৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সৰুপেটাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কলিতাসকলক লৈ এক মন্তব্য কৰিছিল। তাৰ পাছতে এতিয়া বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ । অনুষ্ঠানটোত কলিতা জনগোষ্ঠীটোক লৈ সমাজ বিভক্ত হৈ …

বৰদিনৰ আনন্দৰ মাজতেই হোজাই জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা

হোজাই, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : ৰাজ্যজুৰি বৰদিনৰ উলহ-মালহ। বৰদিনৰ আনন্দৰ মাজতেই হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। কয়লা ভৰ্তি এখন ট্ৰাকৰ খুন্দাত মৃত্যু হয় ট্ৰাকৰ হেণ্ডিমেন। হেণ্ডিমেনজনৰ নাম মাছুম ইছলাম। যুৱকজনৰ ঘৰ লংকাৰ ডাবলংত বুলি জানিব পৰা গৈছে । …