Badminton : নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন আৰম্ভ
নিউজ ডেস্ক, ১৫ জানুৱাৰী, ২০২৫ : দীৰ্ঘ বিৰতিৰ পাছত পুনৰ বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰা ভাৰতৰ পি ভি সিন্ধুই (P V Sindhu) নতুন দিল্লীত আৰম্ভ হোৱা য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ প্ৰতিযোগিতাত জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ …