NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পণ্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত উন্নত গ্ৰাহক সম্পৰ্কৰ বাবে পদক্ষেপ গ্ৰহণ অব্যাহত
নিউজ ডেস্ক, ১৭ জুন, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই সংমণ্ডলৰ ভিতৰত মাল পৰিবহন (Goods Transportation) ব্যৱস্থা উন্নত কৰাৰ বাবে আৰু উন্নত গ্ৰাহক সম্পৰ্ক উপলব্ধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে পদক্ষেপসমূহৰ ভিতৰত, গ্ৰাহকসকলৰ দ্বাৰা বিভিন্ন সামগ্ৰীৰ সুগম …