Football : আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে গুৱাহাটীত চাপত পঞ্জাৱ এফ চি
গুৱাহাটী, ৯ জানুৱাৰী, ২০২৪ : ক্ৰমাগত তিনিখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ৰ শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে নিজৰ ১৫ নম্বৰ মেচখন খেলিব৷ ইয়াৰপূৰ্বে চলিত ছিজনত …