Assam Flood : এতিয়াও বানৰ কবলত ৰাজ্যৰ ১ লাখৰো অধিক লোক
গুৱাহাটী, ১০ জুন, ২০২৫ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত (Nine District Under Flood Water)। হাইলাকান্দি, কামৰূপ, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, গোলাঘাট, নগাঁও, কামৰূপ মহানগৰ আৰু লখিমপুৰত …