ঈদৰ দিনা আবেলি কলগাছিয়াৰ কালামপুৰত নাওঁ দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰ ৫ জন সন্ধানহীন : পুৱাৰে পৰা এছ ডি আৰ এফ বাহিনীৰ অভিযান
কালগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট : ঈদৰ দিনা আবেলি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কালামপুৰ গাঁওত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে গৈ থকা অৱস্থাত হঠাতে হোৱা ধুমুহাত টুলুঙা নাও দুৰ্ঘটনা হৈ একেটা পৰিয়ালৰ …