উত্তৰ- পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন পক্ষী মেলাৰ
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : অসম কৃষি বিশ্ববিদ্যালয়,সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত অহা ১৭, ১৮ আৰু ১৯ অক্টোবৰলৈ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ এখন বাণিজ্যিক পক্ষী মেলাৰ আয়োজন কৰিছে। ৰাজ্যখনত কণী আৰু মাংসৰ …