NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৰে’লপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ
নিউজ ডেস্ক, ২৫ ডিচেম্বৰ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লপথত অননুমোদিত অনধিকাৰ প্ৰৱেশ থকা স্থানসমূহ বেৰিকেডিং আৰু ট্ৰেঞ্চিঙৰ কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে অননুমোদিত স্থানত ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতে বহু লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। …