NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৪-২৫ বিত্তীয় বৰ্ষত ১১ খন আৰঅ’বি সম্পূৰ্ণ কৰিলে
নিউজ ডেস্ক, ৭ মে, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰোড অভাৰ ব্ৰীজ (ROB) নিৰ্মাণৰ জৰিয়তে ইয়াৰ সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি অব্যাহত ৰাখিছে। এই স্থায়ী প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ মণ্ডলসমূহত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ …