Salman Khan : ছলমান খানক খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ, ২০২৪ : অহা ২০২৫ চনৰ ১৩ ৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া খো খো বিশ্বকাপৰ (Kho Kho World Cup) উদ্বোধনী সংস্কৰণৰ প্ৰচাৰৰ বাবে ভাৰতীয় ছুপাৰষ্টাৰ ছলমান খানক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতীয় …

Janata Bhawan : জনতা ভৱনত মুকলি পূৰবী গাখীৰৰ বিপণী

গুৱাহাটী, ১৮ ডিচেম্বৰ, ২০২৪ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবীয়ে (Purabi) ১৮ ডিচেম্বৰত জনতা ভৱনৰ প্ৰৱেশদ্বাৰত এখন পূৰ্বপ্ৰস্তুতকৃত অত্যাধুনিক গাখীৰৰ বিপণী উদ্বোধন কৰি সহস্ৰাধিক বিষয়া-কৰ্মচাৰী আৰু সাক্ষাৎকাৰীৰ বাবে এক নতুন পুষ্টিকৰ অভিজ্ঞতা কঢ়িয়াই আনিছে। এই পদক্ষেপে চৌহদৰ ভিতৰত সতেজ …

Smart Meter : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বোকাখাতত এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও

গোলাঘাট, ১৭ ডিচেম্বৰ, ২০২৪ : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মঙলবাৰে বোকাখাত এপিডিচিএল’ৰ (APDCL) কাৰ্যালয় ঘেৰাও কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সভাপতি মহেন মৰাং, সাংগঠনিক সম্পাদক মহন্ত বৰী, বোকাখাত মহকুমা সমিতিৰ সভাপতি …

Boragaon Rape Incident : বৰাগাঁৱৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত বিজেপি দল, মুখ্যমন্ত্ৰীৰ নিৰৱতাক লৈ প্ৰশ্ন অনুৰূপা ডেকাৰজাৰ

গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২৪ : ৰাসৰ সময়ত মহানগৰী গুৱাহাটীৰ বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সৰৱ হ’ল আপৰ (Aap) ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজা। সোমবাৰে গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে …

Under The Saal Tree : বাদুংদুপ্পা কলাকেন্দ্ৰৰ ‘আণ্ডাৰ দ্য শাল ট্ৰী’ৰ ১৫ সংখ্যক সংস্কৰণৰ আৰম্ভণি

গোৱালপাৰা, ১৬ ডিচেম্বৰ, ২০২৪ : গোৱালপাৰা জিলাৰ ৰামপুৰৰ নিস্তব্ধ শাল গছৰ বাগিচাখন দেওবাৰে পুৱা বাদুংদুপ্পা কলাকেন্দ্ৰই বিশ্বব্যাপী প্ৰশংসিত ‘আণ্ডাৰ দ্য শাল ট্ৰী’ নাট মহোৎসৱৰ (Drama Festival) ১৫ সংখ্যক সংস্কৰণ উদ্বোধন কৰাৰ সময়তে সজীৱ হৈ উঠিল। সংস্থাটোৰ ৰূপালী জয়ন্তী উপলক্ষে শিল্পক …

Taj Cement : নিৰ্মাণকাৰ্যত সততাৰ নতুন অধ্যায় মুকলিৰ প্ৰতিশ্ৰুতিৰে তাজ চিমেন্টৰ ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ শুভাৰম্ভণি

গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৪ : শক্তিশালী ভেঁটিৰ আৰম্ভণি ঘটে সততাৰ জৰিয়তে। এনে পৰিপ্ৰেক্ষিততে নিৰ্মাণ প্ৰক্ৰিয়াত সততা, স্বচ্ছতা আৰু বিশ্বাসৰ প্ৰচাৰৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অভিযান ‘দ্য অনেষ্ট চিমেন্ট’ৰ শুভাৰম্ভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় চিমেন্ট ব্ৰেণ্ড তাজ চিমেন্টে (Taj Cement)। এই গুৰুত্বপূৰ্ণ পদক্ষেপটো …

Novotel : নভোটেল গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰীতিভোজস্থলী আৰু ১৮৮ ডাউনটাউন আধুনিক খাদ্য তথা সামাজিক গন্তব্যস্থল মুকলি

গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৪ : উন্নয়ন আৰু উৎকৃষ্টতাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰি সুস্বাদু ভোজন (Food) তথা পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ যাত্ৰাত এক নতুন অধ্যায়ৰ পাতনি মেলিছে জি এছ ৰোডৰ নভোটেল গুৱাহাটীয়ে। শেহতীয়াকৈ নভোটেল গুৱাহাটীয়ে তেওঁলোকৰ পৰিসৰ সম্প্ৰসাৰণৰ কথা …

Mizoram : ১৭ ডিচেম্বৰত মিজোৰামত প্ৰ’ পাঞ্জা লীগৰ মেচত অংশ ল’ব অসমৰ তিনিগৰাকী খেলুৱৈয়ে

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ, ২০২৪ : অসমৰ তিনিগৰাকী খেলুৱৈয়ে অহা ১৭ ডিচেম্বৰত মিজোৰামত অনুষ্ঠিত হ’বলগীয়া প্ৰ’ পাঞ্জা (Panja) লীগত অংশ ল’ব৷ খেলুৱৈ তিনিগৰাকী হ’ল ক্ৰমে নিলয় শংকৰ, ঈশান কাশ্যপ আৰু ত্ৰিদীপ মেধি৷ উল্লেখ্য যে মিজোৰামৰ শীতকালীন উৎসৱৰ লগত সংগতি ৰাখি …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱে আৰু আইআইটি-গুৱাহাটীৰ মাজত সেঁতু সুৰক্ষা প্ৰযুক্তিৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনা বৈঠকৰ আয়োজন

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ, ২০২৪ : মালিগাওঁস্থিত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ) মুখ্য কাৰ্যালয়ত উত্তৰ পূব সীমান্ত ৰে’লৱে আৰু আইআইটি-গুৱাহাটীৰ (IIT Guwahati) মাজত এক উচ্চ পৰ্যায়ৰ কাৰিকৰী বিষয়ক আলোচনা আৰু উপস্থাপন বৈঠক অনুষ্ঠিত হয়, য’ত অট’মেটেড ব্ৰীজ মণিটৰিং আৰু ৰবটিক …

Drama Under The Saal Tree : ১৫ ডিচেম্বৰৰ পৰা “আণ্ডাৰ দ্য শাল ট্ৰী”ৰ ১৫ সংখ্যক সংস্কৰণ

গুৱাহাটী, ১২ ডিচেম্বৰ, ২০২৪ : অসমৰ গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰই “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱৰ (Drama Festival) ১৫ সংখ্যক সংস্কৰণৰ জৰিয়তে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। পৰিৱেশ অনুকূল ব্যৱস্থাপনা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে পৰিচিত এই মহোৎসৱটি ২০২৪ …