NF Railway : মুৰ্কংচেলেক-পাছিঘাট নতুন ৰে’লপথ প্ৰকল্পত উল্লেখযোগ্য প্ৰগতি লাভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নিউজ ডেস্ক, ২৮ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুৰ্কংচেলেক-পাছিঘাট ৰে’লপথ (Railway track) প্ৰকল্প হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ৰে’ল সংযোগ বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰায় ১,২৫২.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান ২৬.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে উল্লেখযোগ্য অগ্ৰগতিৰ …