NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণৰ লক্ষ্য পূৰণৰ দিশত দ্ৰুত অগ্ৰগতি
নিউজ ডেস্ক, ২১ জুন, ২০২৫ : ১০০ শতাংশ বৈদ্যুতিকীকৰণ লক্ষ্য পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেই বহনক্ষম আৰু দ্ৰুতগামী ৰে’ল পৰিচালন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। এই চলিত প্ৰয়াসৰ এক অংশ ৰূপে, উত্তৰ পূব সীমান্ত …