ৰাণীত বৰ্ণিল কাৰ্যসূচীৰে “বায়খো উৎসৱ”ৰ সফল সামৰণি

পলাশবাৰী, সংবাদ ৩৬৫, ১০জুন : সাহিত্যই যিদৰে এটা জাতিৰ দাপোনসদৃশ , সেইদৰে কৃষ্টি-সংস্কৃতিও এটা জাতিৰ সমাজ জীৱনৰ প্ৰতিকস্বৰূপ । ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা তথা মেৰুদণ্ড বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱটি মহানগৰীৰ পাৰ্শ্বৱৰ্তী পশ্চিম গুৱাহাটীৰ ঐতিহাসিক বৃহত্তৰ ৰাণীত …

‘চলোঁ পালটাই’ বিজেপিৰ শ্লোগান বুলি অভিযোগ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ : ‘চলোঁ পালটাই’ শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব বুলিও মন্তব্য

বৰপেটা, সংবাদ ৩৬৫, ৯ জুন : ‘চলোঁ পালটাই’ এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰ হে শ্লোগান বুলি অভিযোগ বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ। সংবাদ মাধ্যমৰ আগত খালেকে কয় যে যি সকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে চলোঁ পালটাই কোৱাটো …

ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত নগ্ন হৈ শিল্পী দলক নৃত্য কৰিবলৈ হেঁচা দিয়া দুই অভিযুক্ত ছয়গাঁও আৰক্ষীৰ জালত

ছয়গাঁও, সংবাদ ৩৬৫, ৯ জুন : অসমবাসীক লজ্জ্বানত কৰা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী আচলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰা দুই অভিযুক্ত চাহৰুখ খান আৰু চুভাহান খান ছয়গাঁও আৰক্ষীৰ জালত । উল্লেখযোগ্য …

মুকলি আকাশৰ তলত ছানাউল্লাহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : অৱশেষত মুকলি আকাশৰ তলত ছানা উল্লাহ । গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুক্তি পালে ছানাউল্লাহে । সম্প্ৰতি আমিনগাঁৱলৈ নিয়া হৈছে প্ৰাক্তন সেনাবিষয়াজনক । কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্পন্ন কৰা হ’ব আনুষ্ঠানিকতা। উল্লেখযোগ্য যে ছানা …

উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ শিল্পীৰ দলক হেঁচা : কিমান তললৈ নামিব পাৰে সভ্যতাৰ মুখা পিন্ধা মানৱ সমাজ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : সমগ্ৰ সমাজকে লজ্জানত কৰা এক ঘটনা । উলংগ হৈ নৃত্য প্ৰদৰ্শন কৰিবলৈ শিল্পীৰ দলক হেঁচা দৰ্শকৰ। ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত হৈছে এই ঘটনা। উল্লেখযোগ্য যে ঈদ উপলক্ষে ছয়গাঁৱৰ আঁচলপাৰাত আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ …

প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ মুকলি আৰু এন আৰ চিৰ সন্দৰ্ভত সৰৱ তৰুণ গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ছানাউল্লাহ প্ৰসংগত চৰকাৰৰ নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা তৰুণ গগৈৰ । সংবাদ মেলত গগৈৰ মন্তব্য ” উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে মুকলি হৈছে ছানাউল্লাহ । ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰক্ষীৰ বিৰুদ্ধে …

” মই অসমীয়া , মোক নামাৰিব ” : ডকমকাত পিশাসিক এজাক মানুহৰ হাতত প্ৰাণ যোৱা অভি-নীলৰ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতো শাস্তি নাপালে দোষীয়ে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : সকলোৰে মনত আছে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ । প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি ভাল পোৱা অভি-নীলৰ হত্যাকাণ্ডৰ আজি প্ৰায় এবছৰ সম্পূৰ্ণ হ’ল। কাৰ্বি পাহাৰৰ ডকমকাত গণপ্ৰহাৰত প্ৰাণ গৈছিল দুয়োজনৰ । প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ …

ব্লু হুৱেলৰ দৰেই এইবাৰ পাবজিৰ বাবেই আত্মহনন গুৱাহাটীৰ দশম শ্ৰেণীৰ ছাত্ৰৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুন : ভয়ংকৰ ব্লু হুৱেল গেমৰ পাছতেই এইবাৰ কিশোৰ-কিশোৰীৰ জীৱনলৈ ভয়াবহ হৈ নামি আহিছে পাবজি। ব্লু হুৱেল গেম খেলি বহু যুৱক-যুৱতীয়ে নিজৰ মৃত্যু নিজেই মাতি আনিছিল। এইবাৰ ভয়ংকৰ ব্লু হুৱেল গেমৰ পাছতেই পাবজিয়ে কিশোৰ-কিশোৰীলৈ ভয়াৱহ বাৰ্তা …

দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চুৰে লুটিলে ৩ মন্দিৰ

পলাশবাৰী, সংবাদ ৩৬৫, ৮ জুন : ৰাজ্যত সঘনাই বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা । সাৰি যোৱা নাই মন্দিৰো । দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চুৰে লুটি নিলে ৩টা মন্দিৰ । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ,শিৱ মন্দিৰৰ লগতে …

কোনে ডাৱৰে ডাৱৰে

গুৱাহাটী, সংবাদ ৩৬৫, ৭ জুন : গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ নিৰ্বাচিত মুঠ ৯ টা গীতৰ সংমিশ্ৰণেৰে কবিজনাৰ গীতসমূহ স্থায়ীভাৱে সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ মানসেৰে “কোনে ডাৱৰে ডাৱৰে” শ্ৰৱ্য চিডিখন প্ৰস্তুত কৰি গীতিকবিজনাৰ স্মৃতি দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰণতি বৰুৱাই। …