উত্তৰ-পূবৰ মহিলা ৰে’লযাত্ৰীৰ বাবে সুখবৰ : মহিলা যাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ গুলপীয়া দবা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ জুলাই : অসমৰ তথা উত্তৰ-পূব মহিলা ৰে’লযাত্ৰীয়ে এতিয়াৰে পৰা জেনেৰেল দবাত হাৰাশাস্তি ভুগিব লগা নহয় । কাৰণ জেনেৰেল টিকট কটা মহিলা সকলৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব ৰে’লৱেই । টিকট কটা মহিলাসকলৰ সুবিধাৰ …