চলো পাল্টাইক লৈ সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : চলো পাল্টাইৰ বাবে দায়ী সৰ্বানন্দ আৰু হিমন্ত – তৰুণ গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল । সেনা বিষয়া চানা উল্লাহৰ লগত হোৱা অন্যায়ক নিন্দনীয় আখ্যা তৰুণ গগৈৰ । সৈনিক ছানাউল্লাহৰ সন্দৰ্ভত কয় যে বীৰ সৈনিকৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্ততা অৱলম্বন কৰিছে। তেওঁ এজন ভাৰতীয় …

পঞ্চভূতত বিলীন হ’ল বীৰ জোৱান নীৰজ ছেত্ৰীৰ মৃতদেহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুন : দেওবাৰে ঝাৰখণ্ডত মাওবাদীৰ সংঘৰ্ষত ছহিদ হোৱা নীৰজ ছেত্ৰীৰ মৃতদেহ অৱশেষত বিলীন হ’ল পঞ্চভূতত। মঙ্গলবাৰে পুৱা স্বগৃহলৈ নিয়া হয় নীৰজৰ নশ্বৰদেহ। নিশা নীৰজৰ মৃতদেহটো ৰখা হৈছিল বিশ্বনাথ অসামৰিক চিকিৎসালয় । চিকিৎসালয়তে জিলা প্ৰশাসনে শেষ …

মৃত্যুমুখী দীপৰবিল ৰক্ষা কৰিব পাৰিবনে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই : দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰেল পথ নিৰ্মানক লৈ আপত্তি স্থানীয় লোকৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : সুৰক্ষিত নহয় দ্বীপৰ বিল । সমস্ত মহানগৰীৰ আৱৰ্জনা বক্ষত কঢ়িয়াই এতিয়া কুলষিত হৈ পৰা মনোৰম দীপৰ বিলত বেদখল, ৰেলপথ নিৰ্মাণ, উচ্চ ক্ষমতাসম্পন্ন বিদ্যু সংযোগ আদিয়ে ক্ৰমশ বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে । স্থানীয় ৰাইজে …

নিজ মাতৃভূমি আহি পালে শ্বহীদ নিৰজ চেত্ৰীৰ নশ্বৰদেহ

পলাশবাৰী, সংবাদ ৩৬৫, ৩ জুন : ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সেনা জোৱান তথা অসম সন্তান নিৰজ ছেত্ৰীৰ নশ্বৰদেহ বিমান যোগে লৈ অনা হয় বৰঝাৰ বিমানবন্দৰত । বিমানবন্দৰত মহানগৰ আৰক্ষী আয়ুক্ত, আৰক্ষীৰ উচ্চপদস্ত বিষয়া আৰু এছ এছ বিৰ জোৱান সকলে …

সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

গুৱাহাটী, সংবাদ ৩৬৫, ৩জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা , হাই মাদ্ৰাছা আৰু সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীসকলক জিলা পুথিভঁৰালত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিগত বছৰৰ দৰে এইবছৰো অভিনন্দন জ্ঞাপন …

বাৰিষা আৰম্ভ নহওঁতেই যাতায়তৰ বাবে অচলাৱস্থা হৈ পৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ

পলাশবাৰী, সংবাদ ৩৬৫ , ৩ জুন : এটা পথে জ্বলা-কলা খোৱাইছে ৰাইজক । গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অন্যান্য গুৰুত্বপুৰ্ণ পথ হিচাপে পৰিচিত ৰাণীৰ পৰা বঙৰা সংযোগী গড়কাপ্টানী পথছোৱা বাৰিষা আৰম্ভ নহওতে যাতায়তৰ বাবে অচল অৱস্থা হৈ পৰিছে যাৰ বাবে এতিয়া …

ইতিহাস হ’ব নেকি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ জুন : নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ নতুন শিক্ষানীতি । নতুন শিক্ষা নীতিত নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ইতিহাস হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। একত্ৰিকৰণ কৰা হ’ব মাধ্যমিক …

২০২১ৰ লোকপিয়লত বেংগলী ভাষা অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰক লৈ তীব্ৰ বিৰোধীতা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : শনিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত ঠেংকিউ ল’জত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাসে। সভাৰ সিদ্ধান্ত মৰ্মে যুৱ মঞ্চৰ পুৰণা মহানগৰ সমিতি ভংগ কৰি নতুনকৈ …

সাহিত্য -সংস্কৃতিৰ বৃহত্তৰ মঞ্চ, অসমৰ অধিবেশন সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : যিটো সময়ত ফেচবুক ,হোৱাটচ এপ দৰে সামাজিক মাধ্যম সমূহৰ অপব্যৱহাৰৰ কৈ বিভিন্ন জনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে তেনে সময়তে ফেচবুকৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা সাহিত্য- সংস্কৃতিৰ বৃহত্তৰ মঞ্চ ,অসম নামৰ সামাজিক মাধ্যমৰ গ্রুপটোৱে …

মহানগৰীৰ আমবাৰীস্থিত “জাগৰণ আর্টফেডত” ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : গুৱাহাটীৰ মহানগৰীৰ আমবাৰীস্থিত “জাগৰণ আর্টফেডত” শনিবাৰৰ ৰাতি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনাৰ। শনিবাৰে ৰাতি প্ৰায় ১০.৪৫ বজাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জুইত জাহ বহুতো মূল্যৱান সামগ্ৰী।